গুগল ভাঙনি

গুগল ভাঙনি হৈছে এটা ভাষাৰ পৰা আন এটা ভাষালৈ লিখনি ভাঙনি কৰিবলৈ গুগলে উন্নত কৰা এবিধ বিনামূলীয়া বহুভাষিক যান্ত্ৰিক ভাঙনি সেৱা। ই এণ্ড্ৰইড আৰু আই.অ’.এছ.ত মোবাইল এপ আৰু ৱেব আন্তঃপৃষ্ঠ হিচাপে আছে। গুগল ভাঙনিত ১০০ত কৈ বেছি ভাষা আছে।


Developed by მერაბ მგელაძე