স্পেনীয় ৱিকিপিডিয়া

Favicon of Wikipedia স্পেনীয় ৱিকিপিডিয়া
Wikipedia-logo-v2-es.svg
ইউ আৰ এল es.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বিজ্ঞাপন নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা স্প্যানিশ
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

স্পেনীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ স্প্যানিশ সংস্কৰণ। ২০০২ চনৰ ২ জুনত ইয়াক মুকলি কৰা হয়।[1] ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 13,31,069 প্ৰবন্ধ আছে।


Developed by მერაბ მგელაძე