চুইডীয় ৱিকিপিডিয়া

Favicon of Wikipedia চুইডীয় ৱিকিপিডিয়া
Wikipedia-logo-v2-sv.svg
ইউ আৰ এল sv.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বিজ্ঞাপন নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা চুইডীয় ভাষা
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

চুইডীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ চুইডেনৰ সংস্কৰণ। ২০০২ চনৰ ২ জুনত ইয়াক মুকলি কৰা হয়। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৩৭,৮৬,৪১৫ প্ৰবন্ধ আছে।


Developed by მერაბ მგელაძე