গুগল

Google Inc.
ধৰণ পাব্লিক কোম্পানী ("নাচডেক": GOOG), (এল এচ ইGGEA)
শিল্প ইন্টাৰনেট, কম্পিউটাৰ ছফ্টৱেৰ
প্ৰতিষ্ঠাৰ সময় মেনলো পাৰ্ক, কেলিফোৰ্নিয়া (৭ ছেপ্টেম্বৰ, ১৯৯৮)[1]
মুখ্য কাৰ্যালয় মাউন্টেন ভিউ, কেলিফোৰ্নিয়া, মাৰ্কিন যুক্তৰাষ্ট্ৰ
নেতৃস্থানীয় ব্যক্তিত্ব সুন্দৰ পিচাই, চিইঅ/পৰিচালক
চাৰ্গেই ব্ৰিন, সহ-প্ৰতিষ্ঠাপক, প্ৰযুক্তি প্ৰেছিডেন্ট
লেৰী পেজ, সহ-প্ৰতিষ্ঠাপক, পণ্য প্ৰেছিডেন্ট
জৰ্জ ৰেয়েচ, চিএফঅ
পণ্য চাৰ্চ ইঞ্জিন, ইমেইল,
সামাজিক সংযোগী নেটৱৰ্ক, ভিডিঅ শ্বেয়াৰিং ইত্যাদি
ৰাজহ ১০.৬০৪ বিলিয়ন মাৰ্কিন ডলাৰ বৃদ্ধি৭৩% (২০০৬)[2]
মুঠ আয় ৩.০৭৭ বিলিয়ন মাৰ্কিন ডলাৰ বৃদ্ধি২৯% (২০০৬)[2]
Total assets ১৮.৪৭৩ বিলিয়ন মাৰ্কিন ডলাৰ (২০০৬)[2]
Total equity ১৭.০৩৯ বিলিয়ন মাৰ্কিন ডলাৰ (২০০৬)[2]
কৰ্মচাৰীৰ সংখ্যা ১৫,৯১৬ (২০০৭ চনৰ ৩০ ছেপ্টেম্বৰত)[3]
ৱেবছাইট www.google.com

গুগল ইনকৰ্পোৰেটেড (ইংৰাজী: Google Incorporated) মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এটা প্ৰযুক্তি কোম্পানী৷ গুগল সাধাৰণতে গুগল চাৰ্চ ইঞ্জিনৰ আৰু অনলাইন বিজ্ঞাপন সেৱাৰ বাবে বিশ্ব বিখ্যাত। ইয়াৰ প্ৰধান কাৰ্যালয় কেলিফোৰ্নিয়াৰ মাউন্টেইন ভিউ চহৰত অৱস্থিত। গুগলৰ মূলমন্ত্ৰ হ’ল "বিশ্বৰ তথ্য একত্ৰিত কৰি সেইবোৰ সকলোৰে বাবে সহজলভ্য কৰি তোলা।" গুগলৰ নিজস্ব প্ৰতিষ্ঠানিক মূলমন্ত্ৰ হ’ল "Don't be evil" অথা'ত "কেতিয়াও বেয়া নহব"। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দুজন পি এইচ ডি অধ্যয়নৰত ছাত্ৰ লেৰী পে'জ আৰু চাৰ্গেই ব্ৰিন গুগলৰ প্ৰতিষ্ঠাপক।

  1. "The Rise of Google". USA Today. April 29, 2004. http://www.usatoday.com/money/industries/technology/2004-04-29-google-timeline_x.htm। আহৰণ কৰা হৈছে: 2007-08-01. 
  2. 2.0 2.1 2.2 2.3 "Financial Tables". Google Investor Relations. http://investor.google.com/fin_data.html। আহৰণ কৰা হৈছে: 2007-02-23. 
  3. "Google Announces Third Quarter 2007 Results." October 18, 2007. Retrieved on October 22, 2007.

Developed by მერაბ მგელაძე