গুগল ভাঙনি

গুগল ভাঙনি
Google Translate Icon.png
ইউ আৰ এল translate.google.com
বিজ্ঞাপন হয়
প্ৰকাৰ যান্ত্ৰিক ভাঙনি
পঞ্জীয়ন ঐচ্ছিক
ভাষা ১০৩টা ভাষা, তলত চাওক
পঞ্জীকৃত সদস্য নিতৌ ২০কোটিতকৈ বেছি মানুহ
স্বত্বাধিকাৰী গুগল
মুকলি ২৮ এপ্ৰিল, ২০০৬; ১১ বছৰ আগতে
বৰ্তমান স্থিতি জাগৰিত

গুগল ভাঙনি হৈছে এটা ভাষাৰ পৰা আন এটা ভাষালৈ লিখনি ভাঙনি কৰিবলৈ গুগলে উন্নত কৰা এবিধ বিনামূলীয়া বহুভাষিক যান্ত্ৰিক ভাঙনি সেৱা। ই এণ্ড্ৰৈড আৰু আই.অ’.এছ.মোবাইল এপ আৰু ৱেব আন্তঃপৃষ্ঠ হিচাপে আছে। গুগল ভাঙনিত ১০০ত কৈ বেছি ভাষা আছে।


Developed by მერაბ მგელაძე