10 რეზულტატი: “Facebook”.

მოთხოვნილი დრო (გვერდი დაგენერირდა 0.6461 წამში.)

ফেচবুক

ফেচবুক (ইংৰাজী: Facebook) এক চচিয়েল নেটৱৰ্কিং সেৱা আৰু ৱেবচাইট। ইয়াক ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে ২০০৪ চনত ইন্টাৰনেটৰ জৰিয়তে প্ৰচলন...

ბოლო განახლება: 2018-01-05T05:00:54Z სიტყვების რაოდენობა : 417

HTML - გვერდი ნახვა ჩვეულებრივი გვერდის ნახვა

বৰ্ণালী কলিতা

বৰ্ণালী কলিতা (ইংৰাজী: Bornali Kalita) অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। Facebook Profile Facebook Fan Page Twitter Profile YouTube Channel...

ბოლო განახლება: 2016-07-23T00:46:39Z სიტყვების რაოდენობა : 18

HTML - გვერდი ნახვა ჩვეულებრივი გვერდის ნახვა

উত্তৰ-পূব ভাৰত

North-East India on Facebook - an Eastern Fare initiative Eastern Panorama – North East India's 1st News Magazine North-East India on Facebook - The Telegraph...

ბოლო განახლება: 2014-05-05T19:24:40Z სიტყვების რაოდენობა : 322

HTML - გვერდი ნახვა ჩვეულებრივი გვერდის ნახვა

হেক প্ৰগ্ৰামিং লেংগুৱেজ

আহৰণ কৰা হৈছে: 2015-02-02.  "facebook/hhvm". Facebook. 2014-03-20. https://github.com/facebook/hhvm/blob/master/hphp/hack/LICENSE। আহৰণ কৰা...

ბოლო განახლება: 2018-02-12T09:16:31Z სიტყვების რაოდენობა : 541

HTML - გვერდი ნახვა ჩვეულებრივი გვერდის ნახვა

হোৱাৎছএপ

হৈছে: April 20, 2015.  "Facebook to Acquire WhatsApp" (Press release). 19 February 2014. http://newsroom.fb.com/News/805/Facebook-to-Acquire-WhatsApp. ...

ბოლო განახლება: 2017-11-07T13:52:34Z სიტყვების რაოდენობა : 540

HTML - გვერდი ნახვა ჩვეულებრივი გვერდის ნახვა

কুমাৰ স্বামী কামৰাজ নাদাৰ

A site about Kamaraj A website Dedicated to Perunthalaivar Kamaraj Kamaraj 1932 rare Photo Dinamani photogallery Perunthalaivar Kamaraj Facebook Page...

ბოლო განახლება: 2013-03-08T22:39:45Z სიტყვების რაოდენობა : 306

HTML - გვერდი ნახვა ჩვეულებრივი გვერდის ნახვა

২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা

html। আহৰণ কৰা হৈছে: April 26, 2012.  "Bidyut Kotoky's Facebook page". https://www.facebook.com/bidyutkotoky। আহৰণ কৰা হৈছে: September 07, 2012.  "অহা...

ბოლო განახლება: 2018-02-04T08:31:06Z სიტყვების რაოდენობა : 667

HTML - გვერდი ნახვა ჩვეულებრივი გვერდის ნახვა

মিছন চাইনা (চলচ্চিত্ৰ)

com/album/regional/mission-china-4967.html.  "Mission China – Home". Facebook. https://www.facebook.com/MissionChinaOfficial। আহৰণ কৰা হৈছে: 2017-07-17.  "Mission...

ბოლო განახლება: 2018-01-23T01:57:18Z სიტყვების რაოდენობა : 359

HTML - გვერდი ნახვა ჩვეულებრივი გვერდის ნახვა

টুইটাৰ

cnn.com/2011-06-27/tech/limits.social.networking.taylor_1_twitter-users-facebook-friends-connections?_s=PM:TECH। আহৰণ কৰা হৈছে: December 14, 2011.  "There's...

ბოლო განახლება: 2018-01-05T05:03:55Z სიტყვების რაოდენობა : 693

HTML - გვერდი ნახვა ჩვეულებრივი გვერდის ნახვა

নামেৰি ৰাষ্ট্ৰীয় উদ্যান

2011-07-08.  Nameri National Park এনাজৰী ডট কমত নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে Nameri National Park - assaminfo.com Facebook Page "Nameri Calling You"...

ბოლო განახლება: 2016-12-03T10:28:01Z სიტყვების რაოდენობა : 594

HTML - გვერდი ნახვა ჩვეულებრივი გვერდის ნახვა

მთავარი რეზულტატი

ফেচবুক

ফেচবুক (ইংৰাজী: Facebook) এক চচিয়েল নেটৱৰ্কিং সেৱা আৰু ৱেবচাইট। ইয়াক ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে ২০০৪ চনত ইন্টাৰনেটৰ জৰিয়তে প্ৰচলন কৰিছিল। জুলাই ২০১৩ৰ তথ্য অনুসৰি ১.১৫ বিলিয়নৰো (১১৫ কোটি) অধিক ব্যৱহাৰকাৰীয়ে সক্ৰিয়ভাবে ফেচবুক ব্যৱহাৰ কৰে। ইয়াক ব্যৱহাৰ কৰিবলৈ সদস্যভুক্ত হোৱা প্ৰয়োজন, ৱেবচাইটটোত এটা বিনামূলীয়া একাউন্ট খুলি ল'ব লাগে। সদস্য সকলে ইয়াত নিজৰ "প্ৰফাইল"ত নিজৰ নাম-ঠিকনা, শিক্ষাগত অৰ্হতা, চাকৰি বা পেচা আদি (ঐচ্ছিকভাবে) প্ৰকাশ কৰাৰ উপৰিও 'ন'টচ' (ফেচবুকৰ সীমিত সুবিধা থকা ব্যক্তিগত 'ব্লগ'), তড়িৎ যোগাযোগ বা "মেচেজিং", যুটীয়াভাবে ব্যৱহাৰ কৰিব পৰা আলোচনা সমাজ বা ফেচবুক গ্ৰুপ, ফটো প্ৰকাশ বা ষ্ট'ৰ কৰিব পৰা আদি বিভিন্ন (বিনামূলীয়া) সেৱা লাভ কৰে। শেহতিয়াকৈ ইয়াত 'ফেচবুক পেজ' বুলি গ্ৰুপৰ নিচিনাই সা-সুবিধা থকা বিনামূলীয়া ৱেবচাইট সেৱা, প্ৰগ্ৰেমাৰ সকলে প্ৰগ্ৰেমিঙৰ সহায়ত ইয়াৰ সেৱাসমূহ যেনে লগ-ইন, 'টিকাৰ', 'ৱাল' আদি সুবিধাক ব্যৱহাৰ কৰিব পৰাকৈ ইয়াৰ 'গ্ৰাফ' 'এ পি আই' (API = Application Programming Interface) আদি সংযোগ কৰা হৈছে। আমেৰিকাৰ কিছুমান বিশ্ববিদ্যালয়ত নবাগত সকলে ইজনে সিজনক চিনি পোৱাত সহায় হ'বলৈ 'ফেচবুক' বুলি এটা নিজা ইণ্টাৰনেট "ডাইৰেক্টৰী চাৰ্ভিছ" (ৱেবচাইট) ব্যৱহাৰ কৰি তেওঁলোকৰ বিতং তথ্য প্ৰকাশ কৰাৰ ব্যৱস্থা কৰে। ইয়াৰ পৰাই ফেচবুক নামটো লোৱা হৈছে। ফেচবুকৰ স্থাপন কৰ্তা হৈছে মাৰ্ক জুকাৰবাৰ্গ আৰু তেওঁৰ সহপাঠী এডুৱাৰ্ড’ চাভেৰিন, ডাষ্টিন মস্কভাইট আৰু ক্ৰিছ হিউজেছ।


Developed by მერაბ მგელაძე